WhatsApp Group

নৱম-দশম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাৰ প্ৰতি লক্ষ ৰাখি এই সিদ্ধান্ত আগবঢ়াই অনন্ত জ্ঞান একাডেমীৰ পৰিচালনা সমিতিয়ে ৷

অনন্ত জ্ঞান একাডেমীৰ তৰফৰ পৰা শিশু-দিৱসৰ হৃয়াভৰা অভিনন্দন যাচিছোঁ ৷ অহা-কালি (১৫-১১-২০২১) অনুষ্ঠিত হ'বলগীয়া অনন্ত জ্ঞান একাডেমীৰ তৃতীয়টো অনলাইন কুইজ প্ৰতিযোগিতা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ নৱম-দশম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাৰ প্ৰতি লক্ষ ৰাখি এই সিদ্ধান্ত আগবঢ়াই অনন্ত জ্ঞান একাডেমীৰ পৰিচালনা সমিতিয়ে ৷

উল্লেখ্য যে এয়া আছিল অনন্ত জ্ঞান একাডেমীৰ তৃতীয়টো এমহীয়া অনলাইন কুইজ প্ৰতিযোগিতা ৷ বাতিলৰ সিদ্ধান্তৰ লগতে আগন্তক এমহীয়া অনলাইন কুইজ প্ৰতিযোগিতাসমূহৰ বাবে সকলোৰে সহায় ও সহযোগিতা একান্তভাৱে কামনা কৰা হৈছে ৷